হিন্দু-মুছলমান, বৰাক-ব্ৰহ্মপুত্ৰঃ বিভাজনৰ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে | Lurinjyoti Gogoi
Sangbad Prahari Sangbad Prahari
71.7K subscribers
1,453 views
30

 Published On Sep 26, 2024

• হিন্দু-মুছলমান, বৰাক-ব্ৰহ্মপুত্ৰঃ বিভাজনৰ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে
• অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ সম্পূৰ্ণ স্বীকৃতি আমি পোৱা নাই৷ কেন্দ্ৰীয় গৃহ সচিবে এই প্ৰতিবেদনত স্বাক্ষৰ কৰা নাই৷
• ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত বিৰোধী ঐক্যমঞ্চৰ যৌথ সংবাদমেলত লুৰিণজ্যোতি গগৈৰ মন্তব্য
#SangbadPrahari #Assam #LurinjyotiGogoi

show more

Share/Embed