দৃঢ় মনঐকান্তিক প্ৰচেষ্টাসাফল্যৰ মাপকাঠি।
Anuranan Hridoyor Spondon Anuranan Hridoyor Spondon
278 subscribers
410 views
41

 Published On Sep 27, 2024

শৈশৱতে খেলিছিল কেৰম আৰু বেডমিণ্টন। এদিন অকস্মাতে হাতত তুলি ললে ৰাইফলটো। এটি নতুন যাত্ৰাৰ আৰম্ভ হল। যোৰহাটৰ ছোৱালীজনী গুৱাহাটীলৈ আহি চুটিঙৰ প্ৰশিক্ষণ ললে। পঢ়া আৰু খেলা সমান্তৰাল গতিত আগবাঢ়িল। ৰাষ্ট্ৰীয় স্তৰৰ এগৰাকী চুটাৰৰ ৰূপত আগবাঢ়ি যাওতে, যাত্ৰাই নতুন মোৰ ললে। পেৰিছ পেৰা অলিম্পিকৰ চুটিঙৰ প্ৰথমগৰাকী ভাৰতীয় বিচাৰকৰ আসন অলংকৃত কৰা চঞ্জনা বৰূৱা।



Host and Concept- Monmoromi Mahanta.
Graphics & Video Editing-Sushmita Sarma.
Camera-Rana
Audio- Parama Goswami.

show more

Share/Embed