mati akhara || sattriya mati akhora nritya || by debananda neog.
@debananda neog ~sattriya @debananda neog ~sattriya
1.24K subscribers
9,751 views
165

 Published On Premiered Jan 29, 2022

নমস্কাৰ 🙏 মই দেৱানন্দ নেওগ। আপোনালোকৰ বাবে লৈ আহিছোঁ, প্ৰাৰ্ক প্ৰাথমিক সত্ৰীয়া মাটি আখৰা নৃত্য, কৰণ অংশ ১৬ টি মাটি আখৰা নৃত্য।

#sattriyadance#Mati_Akhora#part_1
👉 সত্ৰীয়া মাটি আখৰা নৃত্য _ কৰণ অংশ।।

*মোৰ মৰমৰ বন্ধু বৰ্গ সকল, প্ৰথমেই মোৰ মৰম ভৰা সেৱা নিবেদন কৰিছোঁ।

✍ সত্ৰীয়া নৃত্যৰ "আদি পাঠ " বা : প্ৰাথমিক শিক্ষা অথবা : " ব্যাকৰণ" হিচাপে গণ্য কৰা হয়, " মাটি আখৰা"ক ।।

১/ মাটি আখৰা সাধাৰণতে মাটিৰহে সাধনা ।
" মাটি আখৰা" এই শব্দটো হৈছে এটা -
সত্ৰীয়া শব্দ ।

মাটি আখৰাৰ 👉সংজ্ঞা :- আখৰা বুলিলে আমি সাধনাকহে উপলব্ধি কৰো , থিক সেইদৰে মাটিৰ লগত সমন্ধ ৰাখি শৰীৰৰ অংগ- প্ৰত্যংগ সমূহৰ গঠন, শ্ৰীবৃদ্ধি, চালিকা শক্তিৰ সকলো দিশত প্ৰভাৱ বিস্তাৰ কৰিব পৰাকৈ একনিষ্ঠভাবে, সততাৰে হৃদয়ঙ্গম কৰি কৰা সাধনাকে " মাটি আখৰা" বুলি আখ্যা দিব পাৰি ।।

২/ কিন্তু বহল অৰ্থত মাটি আখৰাক : ব্যায়াম আৰু ব্যাকৰণ বুলিহে জনা যায়।

৩/ কৰণ :- শৰীৰৰ আংগিক চালনাৰ এই কৃতবিদ্যাৰ প্ৰণালীবদ্ধ অধ্যয়নেই হৈছে কৰণ।
"ব্যায়াম অংশ"ৰে " আমাৰ শৰীৰটো নৃত্য উপযোগী কৰি ৰখাত আৰু স্বাস্থ্য উন্নতি সাধনত অশেষ অৰিহণা যোগায় লগতে মনোবল বৃদ্ধি কৰত প্ৰেৰণা আগবঢ়ায়।।

✍ নাট্য শাস্ত্ৰত এই ব্যায়াম - ভৌমী আৰু আকাশিকী নামে পৰিচিত ।

👉"ভৌমী " হৈছে: - মাটিত বহি, চুচৰি- বাগৰি অনুশীলন কৰা আখৰাসমূহকে "ভৌমীচাৰী" পৰ্যায়ৰ।।

My dear friends, first of all, I have dedicated my heartfelt service to you.

1 / Mati Akhra Sadhana is generally followed by Mati.
The word "earthenware" is a -
The word satriya.

👉Definition: - When we say 'Akhra', we mean 'Sadhana'. In this way, by keeping in touch with the soil, we are able to give honest, sincere attention to the structure of the body's organs, growth, and mobility in all aspects. .
2 / But in the broadest sense of the word: exercise and grammar.
3 / Karan: - Karan is the systematic study of this achievement of bodily movements.
"Exercise" keeps our body fit for dance and contributes immensely to improving health as well as boosting morale.

In Natya Shastra this exercise is known as Bhoomi and Akashiki.

👉 "Bhoomi" is: - Books on the ground, Chuchari-Bagri practiced Akhara are "Bhoomichari" stage.

👉 "Akashiki" is: - The lower part of the body is seen facing upwards;
Such as: - Udhalan, Marai drinking water, Near water drinking, Kati Khar, Chit Khar, Olota Khar, etc. can be called "Akashiki" level letters

4 / The soil is basically 64 types.

5 / Soil characters can be divided into 7 parts, such as: 1. Ora, 2. Chata, 3. Pak, 4. Lawn
5. Khar, 7. Jap, 6. Jalak, 6. Others.

👉" আকাশিকী" হৈছে : - শৰীৰৰ তল অংশক আকাশমুখী কৰি তোলা দেখা যায়;
যেনে:- উধালন, ম'ৰাই পানী খোৱা, কাছই পানী খোৱা, কাতি খৰ, চিত খৰ, ওলোটা খৰ, আদিক " আকাশিকী" পৰ্যায়ৰ আখৰা বুলিব পাৰি।।

৪/ মাটি আখৰা মূলতে ৬৪ বিধ ।

৫/ মাটি আখৰাক ৮টা ভাগত বিভক্ত কৰিব পাৰি , যেনে: ১. ওৰা, ২. চটা, ৩. পাক, ৪. লন
৫. খৰ, ৬. জাপ, ৭.জলক, ৮. অন্যান্য ।।

show more

Share/Embed